Detailed Notes on Assamese synonyms

অনতিবিলম্বে, অবিলম্বে, এইমুহূৰ্ততে, এতিয়াই৷

আতিশয্য, আদ্যন্তিকতা, আধিক্য, উভৈনদী, প্রচুৰতা, প্ৰতুলতা, পৰ্যাপ্ততা, পৰ্যাপ্তি, বহুলতা, বাহুল্য৷

অচিৰপ্ৰভা, অচিৰাংশু, অচিৰাভা, অণুভা, অনুপ্ৰভা, ক্ষণদ্যুতি, ক্ষণপ্রকাশ, ক্ষণপ্ৰভা, চঞ্চলা, চপল, চিকুৰ, দামিনী, নীলাঞ্জনা, বিজুৰি, বিজুলী, বিদুলী, মেঘজ্যোতি, শম্পা, সৌদামিনী৷

কপিকেতন, কপিধ্বজ, কিৰীটি, কৃষ্ণসখ, কৃষসাৰথি, গাণ্ডিৱধন্বা, গাণ্ডিৱী, গুড়াকেশ, জিষ্ণু, তৃতীয় পাণ্ডৱ, ধনঞ্জয়, পৰন্তপ, পাৰ্থ, ফাল্গুনি, বিজয়, বীভৎসু, বৃহন্নলা, শব্দবাহন, শব্দবেধী, শব্দভেদী, শুভ্ৰ, শ্বেতবাহ, শ্বেতবাহন,সব্যসাচী৷

অকৃতকাৰ্য, অকৃতকৃত্য, অকৃতকৰ্ম, অকৃতাৰ্থ, অসফল, নিষ্ফল, বিফল, ব্যৰ্থ৷

অথিৰ, উতনুৱা, চঞ্চল, চপল, চলৌপাতী, মন-পাতল৷

অগ্রগামী, অগ্রদূত, অভিগত, আগ-বঢ়া, আগৰণুৱা, আগুৱান, পুৰঃসৰ, পুৰোগ, পুৰোগামী, পুৰোধা, পুৰোযাত্ৰী, পুৰোৱতী, সম্মুখাগত৷

অনিষ্ট, অন্যায়, অপকাৰ, অভিচাৰ, অহিত, ক্ষতি৷

অনংগ, অৱয়বহীন, কায়শূন্য, দেহহীন, নিৰাকাৰ, বিদেহ, মূৰ্তিহীন৷

অন্তৰাত্মা, আত্মা, আত্মাপুৰুষ, আত্মাৰাম, চিদাভাস, জীৱাত্মা, পুনৰ্ভৱী, পুৰঞ্জন, প্রাণপক্ষী, প্ৰাণপুৰুষ, শৰীৰভাক৷

অনন্তনিদ্রা, আয়ুপাত, ইহলীলা সম্বৰণ, গ্রহণ, চিৰনিদ্ৰা, চিৰবিদায়, চিৰশান্তি লাভ, জীৱনাৱসান, তিৰোধান, দেহত্যাগ, দেহপাত, দেহান্ত, দেহাৱসান, দেহৰক্ষা, নৰনাট সমাপন, পঞ্চত্বপ্ৰাপ্তি, পৰলোকগমন, পৰলোকযাত্ৰা, প্ৰয়াণ, প্ৰাণত্যাগ, বৈকুণ্ঠপ্রয়াণ, ভৱলীলা সমাপন, মৰণ, মৃত্যু, শেষনিশ্বাস ত্যাগ, স্বৰ্গগমন৷

অব্যৱধান, আনন্তৰ্য, আশপাশ, ওচৰ, কাষ, নিকটতা, নিকটত্ব, নিকটৱৰ্তিতা, নৈকট্য, সন্নিকৰ্ষ, সন্নিধান, সন্নিধি, সান্নিধ্য, সামীপ্য৷

অচ্যুত, অধোক্ষজ, অনংগমোহন, অনন্তবীৰ্য, উদ্ধৱবন্ধু, কংসহা, কংসাৰি, কমললোচন, কানাই, কানু, কালীয়দমন, কৃষ্ণ, read more কেশীমথন, কেশৱ, গদাধৰ, গদাপাণি, গিৰিধাৰী, গিৰিধৰ, গোষ্ঠপতি, গোষ্ঠবিহাৰী, গোকুলনাথ, গোকুলপতি, গোকুলেশ্বৰ, গোপবল্লভ, গোপাল, গোপিকা-মোহন, গোপিকাৰমণ, গোপিনীবল্লভ, গোপীনাথ, গোপীমোহন, গোপেন্দ্ৰ, গোবৰ্ধনধাৰী, গোৱিন্দ, ঘনশ্যাম, চক্ৰধৰ, চক্ৰপাণি, চাণূৰমৰ্দন, জনাৰ্দন, ত্ৰিভংগ, ত্ৰিভংগমুৰাৰি, দামোদৰ, দৈৱকীনন্দন, দ্বাৰকাধীশ, দ্বাৰকানাথ, দ্বাৰকাপতি, দ্বাৰকেশ, দ্বাৰিকানাথ, দ্বাৰিকাপতি, নগধৰ, নটবৰ, ননীচোৰ, নন্দদুলাল, নীলমণি, নীলমাধৱ, নৰকান্তক, নৰনাৰায়ণ, নৰোত্তম, পদ্মপাণি, পাণ্ডৱসখা, পাৰ্থসাৰথি, পীতাম্বৰ, পুণ্ডৰীকাক্ষ, পুলিনবিহাৰী, পুৰুষোত্তম, বংশীগোপাল, বনবিহাৰী, বনমালী, বনোৱাৰী, বাসুদেৱ, বিপিনবিহাৰী, বৃন্দাবনেশ্বৰ, বৃষ্ণি, বেণুধৰ, ব্ৰজকিশোৰ, ব্ৰজবিহাৰী, ব্ৰজভূষণ, ব্ৰজমোহন, ব্ৰজেন্দ্ৰ, ব্ৰজেশ, মথুৰাপতি, মথুৰেশ, মদনগোপাল, মদনমোহন, মধুসূদন, মাধৱ, মুকুন্দ, মুৰাৰি, মুৰাৰু, মুৰুলীধৰ, যদুমণি, যশোদাদুলাল, যশোদানন্দন, যাদৱ, যাদৱৰায়, শকটাৰি, শ্যাম, শ্যামৰায়, শ্ৰীকৃষ্ণ, শ্ৰীহৰি, সুদৰ্শনধাৰী, হৰি, ৰণচোড়, ৰসৰাজ, ৰাধাকান্ত, ৰাধানাথ, ৰাধাবল্লভ, ৰাধামাধৱ, ৰাধাৰমণ, ৰাসবিহাৰী, ৰাসেশ্বৰ৷

অমসৃণ, অসম, ওখ-চাপৰ, ওখোৰা-মোখোৰা, বন্ধুৰ, বিষম৷

Leave a Reply

Your email address will not be published. Required fields are marked *